মুখ্য-পৃষ্ঠা

Mising Sports Carnival:গোগামুখত মিচিং স্পৰ্টছ্‌ কাৰ্নিভেলত অসম কন্যা লাভলীনা বৰগোহাঁই

বৰ্ণিল তথা মায়াময় পৰিৱেশত আজিৰে পৰা ধেমাজি জিলাৰ গোগামুখত(Gogamukh) চাৰিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে মিচিং স্পৰ্টছ্‌ কাৰ্নিভেলৰ(Mising Sports Carnival) দ্বিতীয় সংস্কৰণ৷

PM MODI:পুনৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ আহিছে হ*ত্যা*ৰ ভা*বু*কি

ফোন কল পোৱাৰ পিছতে আৰক্ষীয়ে ঘটনাটোৰ তদন্ত আৰম্ভ কৰে। প্ৰাথমিক তদন্তত প্ৰকাশ পাইছে যে এই ফোনটো এগৰাকী ৩৪ বছৰীয়া মহিলাই কৰিছিল। ইতিমধ্যে তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে। (MODI)

Priyanka Gandhi। সংবিধানৰ প্ৰতিলিপি হাতত লৈ সাংসদৰূপে শপত ল’লে প্ৰিয়ংকা গান্ধীয়ে

লোকসভা সংসদৰ সদস্য হিচাপে শপতগ্ৰহণ কৰিলে ৱায়নাড়ৰ সাংসদ তথা কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী ৱাদ্ৰাই ।হাতত সংবিধানৰ প্ৰতিলিপি লৈ লোকসভাত শপতগ্ৰহণ কৰে প্ৰিয়ংকা গান্ধীয়ে ।( Priyanka Gandhi )

Rishab Pant: ১৭ কোটিহে পাব ঋষভ পন্তে, ১০ কোটি কোনে পাব!

লক্ষ্ণৌ ছুপাৰ জায়েন্টছে ২৭ কোটি টকাত ক্ৰয় কৰিছিল ঋষভ পন্তক। কিন্তু ভাৰতীয় উইকেটকীপাৰগৰাকীয়ে এই সম্পূর্ণ ধন নাপাব৷ ভাৰত চৰকাৰৰ নিয়ম অনুসৰি তেওঁ কৰ দিব লাগিব। আয়কৰ হিচাপে প্ৰায় ১০ কোটি টকা কৰ্তন কৰিব লাগিব।(Rishab Pant)

Men’s Nutrition Needs: ৫০ বছৰীয়া পুৰুষে খাব লাগে এই সমূহ খাদ্য

৪০ বছৰৰ পিছত মানুহৰ শৰীৰত বিভিন্ন বেমাৰে লগ দিয়ে। কিছুমান হৃদৰোগ, কিছুমান উচ্চ ৰক্তচাপ আৰু কিছুমান ডায়েবেটিছ ৰোগত আক্ৰান্ত হয়। তাৰ লগতে বাতবিষৰ বিষৰো সমস্যা আছে।(Men's Nutrition Needs)

Popular