মুখ্য-পৃষ্ঠা

Gautam Adani: আদানী উৎকোচ গোচৰৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি হোৱাইট হাউছে ক’লে নতুন দিল্লী-ৱাশ্বিংটনৰ সম্পৰ্কত প্ৰভাৱ নপৰে

এইবাৰ হোৱাইট হাউছে আদানী উৎকোচ গোচৰৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে, এই কথা জো বাইডেনৰ কাৰ্যালয়ে কয় আদানীয়ে ভাৰতীয় ‘চৰকাৰী বিষয়া’ক সৌৰ প্ৰকল্পৰ বাবে ২৬.৫ মিলিয়ন ডলাৰ (প্ৰায় ২,২৩৭ কোটি টকা) উৎকোচ দিয়াৰ অভিযোগ উত্থাপন হৈছে।(Gautam Adani)

Directorate of Ethnic Languages:দেশৰ ভিতৰতে জনগোষ্ঠীয় ভাষাৰ সঞ্চালকালয় থকা ৰাজ্য হৈছে অসম

অসম(Assam) চুক্তিৰ ৬নং দফা অনুযায়ী বিপ্লৱ শৰ্মা সমিতিৰ পৰামৰ্শসমূহৰ ভিত্তিত আমাৰ ৰাজ্যখনৰ খিলঞ্জীয়া জনগোষ্ঠীয় ভাষাসমূহৰ(Directorate of Ethnic Languages) প্ৰচাৰ তথা ইয়াৰ শিক্ষাৰ মাধ্যমত প্ৰয়োগৰ ক্ষেত্ৰত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ অধ্যক্ষতাত জনতা ভৱনত বৃহস্পিতবাৰে ৰাজ্যখনৰ বিভিন্ন সাহিত্য সভাৰ প্ৰতিনিধিসমূহৰ উপস্থিতিত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়।

Cracked Heels Problem: কি ভিটামিনৰ অভাৱত গোৰোহা ফাটে? শীতকালৰ এটা প্ৰধান সমস্যা গোৰোহা ফটা

৩টা বিশেষ ভিটামিনৰ অভাৱত গোৰোহা ফাটে। শীতকালত গোৰোহা ফাটি যোৱাৰ সমস্যাটো যথেষ্ট সাধাৰণ, অৱশ্যে ইয়াৰ আঁৰৰ কাৰণটো জনাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ, তেতিয়াহে সমস্যাটোৰ সমাধান হ'ব।(Cracked Heels Problem)

Victory Sculptures:বিজয় ভাস্কৰ্যৰে জাতিষ্কাৰ অসম বিধানসভা

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চৰকাৰে অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদান কৰাৰ আনন্দই(Victory Sculptures) ৰাজ্যবাসীক উল্লাসিত কৰি ৰখাৰ সময়তে অসমত হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে অনাদৃত ৰূপত পৰি থকা জনজাতীয় কলা-সংস্কৃতি তথা ভাস্কৰ্যক এক নৱৰূপ প্ৰদান কৰাৰ অভিনৱ পদক্ষেপ গ্ৰহণ কৰিছে। সেই পদক্ষেপৰ বৃহস্পিতবাৰে সুন্দৰ প্ৰতিফলন ঘটিল অসম বিধানসভাৰ(Assam Assembly) বাকৰিত।

Road Accident: বিদ্যালয়লৈ যাওতে পিতৃ-কন্যাৰ সৈতে ঘটিল এই ঘটনা

আল্টা বাছৰ খুন্দাত নিহত শিক্ষক পিতৃ-কন্যা।(Road Accident)বঙাইগাঁও জিলাৰ তালগুৰীৰ নিত্যবজাৰৰ ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়াৱহ পথ দুৰ্ঘটনা।আল্টা বাছ আৰু বাইকৰ মাজত সৃষ্টি হয় সংঘৰ্ষ।

Popular