মুখ্য-পৃষ্ঠা

Zakir Naik: ভাৰতৰ মোষ্ট ৱাণ্ডেড জাকিৰ নাইকক পাকিস্তানত ৰাজ আতিথ্য! ভাইৰেল ভিডিঅ’কলৈ প্ৰতিক্ৰিয়া

পাকিস্তান সন্ত্ৰাসবাদীক আশ্ৰয় দিয়াৰ বাবে পৰিচিত আৰু এতিয়া দেশ খনে ৰাজ আতিথ্য প্ৰদান কৰিছে উগ্ৰ ইছলামিক প্ৰচাৰক জাকিৰ নাইকক। যিজন নাইকক ভাৰতত ধন সৰবৰাহৰ অভিযোগত বিচাৰি থকা হৈছে। (Zakir Naik)

155th birth anniversary of Mahatma Gandhi: ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীকে ধৰি অজস্ৰজনে বাপু আৰু লাল বাহাদুৰ শাস্ত্ৰীক জনালে শ্ৰদ্ধাঞ্জলি

জাতিৰ পিতা মহাত্মা গান্ধীক ভাৰতৰ ওপৰিও বহু দেশে সন্মান জনাই আহিছে। তাৰোপৰি বিশ্বৰ বিভিন্ন দেশত তেওঁৰ প্ৰতিমূৰ্তি স্থাপন কৰা হৈছে। তথ্য অনুসৰি ৭০ খনতকৈও অধিক দেশত মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি স্থাপন কৰা হৈছে(155th birth anniversary of Mahatma Gandhi)।

Assam Cabinet meeting: অসম কেবিনেটৰ বৈঠকত গ্ৰহণ কৰা হ’ল কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। কেবিনেটৰ সিদ্ধান্তসমূহ হৈছে উচ্চতৰ মাধ্যমিম চূড়ান্ত পৰীক্ষা উত্তীৰ্ণ ৰাজ্যৰ মুঠ ৪৮৬৭৩ গৰাকী ছাত্র আৰু ছাত্রীক এইবাৰ বাণীকান্ত কাকতি বঁটাৰ স্কুটি প্ৰদান কৰা হ'ব।(Assam Cabinet meeting)

Navratri 2024: নৱৰাত্ৰিৰ সময়ত পিয়াজ আৰু নহৰু নাখাব, শৰীৰৰ হ’ব ৫টা উপকাৰ

তামসিক খাদ্য হিচাপে শ্ৰেণীভুক্ত নৱৰাত্ৰিৰ সময়ত পিয়াঁজ আৰু নহৰু খাব নালাগে বুলি কোৱা হয়। তামাসিক খাদ্য হ’ল সেই খাদ্য যিয়ে শৰীৰত এলাহ, খং আৰু নেতিবাচকতা জগাই তোলে।(Navratri 2024)

Iran Attack on Israel: আক্ৰমণাত্মক ৰূপত আমেৰিকা, ইৰাণী মিছাইল বিধ্বস্ত কৰিবলৈ আমেৰিকান সেনাক জ’ বাইডেনৰ নিৰ্দেশ

মঙলবাৰে ইজৰাইলৰ ওপৰত ইৰাণে কৰা ১০০ ৰো অধিক মিচাইল আক্ৰমণ(Iran Attack on Israel)ৰ লগে লগে আমেৰিকাই নিজৰ সেনাবাহিনীক(US military) অধিক তৎপৰতাৰে ইজৰাইলক সহায় কৰাৰ লগতে ইৰাণক লক্ষ্য কৰি ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰিবৰ বাবে নিৰ্দেশ প্ৰদান কৰিছে । ৰাষ্ট্ৰপতি জ' বাইডেন আৰু উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছে হোৱাইট হাউছৰ সিচুৱেচন ৰূমৰ পৰা ইজৰাইলৰ ওপৰত হোৱা আক্ৰমণৰ প্ৰতিটো মুহূৰ্ত কৰি আছে নিৰিক্ষণ ।

Popular