মুখ্য-পৃষ্ঠা

Shipping and Waterway সাজু বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়

Shipping and Waterwaysসাজু বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়

Student attack in Tezpur school: ছাত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত সহপাঠী

তেজপুৰত ষষ্ঠ শ্ৰেণীৰ ছাত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত সহপাঠী(Student Attack in Tezpur School)।তেজপুৰৰ অল চেইন্ট ডায়’চেছন স্কুলত আজি সংঘটিত হয় এই ঘটনা ৷ বিদ্যালয়খনৰ ষষ্ঠ শ্ৰেণীত অধ্যয়নৰত এজন ছাত্ৰক শ্ৰেণীকোঠাতে আক্ৰমণ কৰে সহপাঠী ছাত্ৰই৷

Bihar Jitiya festival: বিহাৰত জিতিয়া উৎসৱৰ সময়তে অঘটনঃ পানীত বুৰি ৩৭টা শিশু আৰু ৭গৰাকী মহিলাকে ধৰি ৪৬ জন লোকৰ প্ৰাণহানি

ৰাজ্যখনত পৰম্পৰাগতভাৱে পালন কৰা জিতিয়া উৎসৱৰ সময়তে ৩৭টা শিশু আৰু ৭গৰাকী মহিলাকে ধৰি ৪৬জন লোকে প্ৰাণ হেৰুৱায়।(Bihar Jitiya festival)

AGP gratitude’Chief Ministerমুখ্যমন্ত্ৰীক কৃতজ্ঞতা অগপৰ

AGP gratitude'Chief Minister অসম চুক্তি ৰূপায়ণৰ দিশত অসম চৰকাৰৰ বৃহৎ পদক্ষেপ ৷ মুখ্যমন্ত্ৰীক কৃতজ্ঞতা অগপৰ ৷ অসম গণ পৰিষদৰ হৈ সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত, উপ সভাপতিদ্বয় বিষ্ণু দাস আৰু অপূৰ্ব ভট্টাচাৰ্য, সাধাৰণ সম্পাদক মনোজ শইকীয়া, ড° তপন দাস, সুনীল ডেকা আৰু মণিমাধৱ মহন্ত তথা সম্পাদক গুণমণি ভূঞাৰ লগতে কেইবাগৰাকীও দলীয় বিষয়ববীয়াই আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াক সাক্ষাৎ কৰি কৃতজ্ঞতা জ্ঞাপন কৰে।

jagiroad news: কিশোৰীৰ সৈতে অপকৰ্ম বিজয় বিশ্বাসৰ

জাগীৰোডত সংঘটিত হৈছে এক জঘন্য কাণ্ড ৷ এগৰাকী কিশোৰীক ফুচুলাই অপকৰ্ম কৰে এটা নৰপিশাচে৷ জাগীৰোডৰ বাগানবস্তিত সংঘটিত হয় এই জঘন্য ঘটনা। (jagiroad news)

Popular