মুখ্য-পৃষ্ঠা

চলিত মাহতে গঠন হ’ব ষষ্ঠদশ অসম বিধানসভা

চলিত মাহতে গঠন হ'ব ষষ্ঠদশ অসম বিধানসভা। ইয়াৰ বাবে ১৮ মে'ৰ পৰা বিধানসভাৰ অধিৱেশন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা।

১৯জন কংগ্ৰেছী বিধায়কে মান ৰাখিলে কংগ্ৰেছৰঃ কোন এই ১৯জন বিধায়ক?

১৯জন কংগ্ৰেছী বিধায়কে মান ৰাখিলে কংগ্ৰেছৰ। কোন এই ১৯জন বিধায়ক জানেনে? এই ১৯জন কংগ্ৰেছৰ বিধায়ক কোন জানেনে-

জাগীৰোডত পীযূষ হাজৰিকাৰ জয়ঃ আনুষ্ঠানিক ঘোষণা বাকী

জাগীৰোড সমষ্টিৰ বিজেপি প্ৰাৰ্থী পীযূষ হাজৰিকাৰ জয়। মাথোঁ আনুষ্ঠানিক ঘোষণা বাকী। অভিলেখ সংখ্যক ভোটৰ ব্যৱধানত জয়ী পীযূষ হাজৰিকা।

নিউ গুৱাহাটী সমষ্টিৰ বিজেপি প্ৰাৰ্থী দিপ্লুৰঞ্জন শৰ্মাৰ জয়

নিউ গুৱাহাটী সমষ্টিৰ বিজেপি প্ৰাৰ্থী দিপ্লুৰঞ্জন শৰ্মাৰ জয়। ৪০ হাজাৰৰো অধিক ভোটত জয়লাভ প্ৰাৰ্থীগৰাকীৰ।

অসম বিধানসভা নিৰ্বাচনৰ ফলাফলত যুৱ প্ৰাৰ্থীৰ প্ৰদৰ্শন কেনে ?

অসম বিধান সভা নিৰ্বাচনৰ ফলাফলত যুৱ প্ৰাৰ্থীৰ প্ৰদৰ্শন কেনে ? কেইবাহাজাৰ ভোটত পিছ পৰি আছে মৰিয়নীত ৰাইজৰ দলৰ প্ৰাৰ্থী জ্ঞানশ্ৰী বৰা।

Popular