October 21, 2023 চিৰাঙৰ বাসুগাঁৱৰ নেহালগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা… Share FacebookTwitterWhatsAppTelegramKooEmail চিৰাঙৰ বাসুগাঁৱৰ নেহালগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত থিতাতে নিহত দুই বাইক আৰোহী। পথত ৰখাই থোৱা টেংকাৰত খুন্দা বাইকৰ। নিহত যুৱকদ্বয় কনিষ্ঠ ৰায়, কপিল ৰায়। সম্পৰ্কত কনিষ্ঠ ৰায় আৰু কপিল ৰায় মামা-ভাগিন। Author: দৈনন্দিন বাৰ্তা Related Articles অসমৰ বাস্তৱিক উন্নয়নক ‘AI’ বুলি কংগ্ৰেছৰ ভুৱা প্ৰচাৰ , অসমৰ প্ৰকৃত উন্নয়নক বিশ্বাসত ল’ব পৰা নাই কংগ্ৰেছে দৈনন্দিন বাৰ্তা - March 10, 2026 ৬ দিনতেই ১০ লাখৰো অধিক লোকৰ অংশগ্ৰহণেৰে বিজেপিৰ ‘জন আশীৰ্বাদ যাত্ৰা’; অসমজুৰি ধ্বনি— “আহিছে আহিছে হিমন্ত আহিছে” । CMO ASSAM দৈনন্দিন বাৰ্তা - March 7, 2026 গুৱাহাটীৰ সামগ্ৰিক উন্নয়নৰ লক্ষ্যৰে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা আৰু উদ্ধোধন দৈনন্দিন বাৰ্তা - February 25, 2026