November 1, 2022 ধিঙৰ বৰভেটিত ভয়ংকৰ পথ দুৰ্ঘটনা… Share FacebookTwitterWhatsAppTelegramKooEmail ধিঙৰ বৰভেটিত ভয়ংকৰ পথ দুৰ্ঘটনা ।থিতাতে নিহত এজন । আহ’ত ১৫ জন। দুজনৰ অৱস্হা সংকটজনক ,নিহত জনৰ নাম গুলজাৰ হুছেইন ।👉 *আহত কেইজনক ধিং FRU ত ভৰ্তি কৰোৱা হয় । AS02 CC8970 নম্বৰৰ মাছ ভৰ্তি ব’লেৰু পিক আপ বাহন খনে নিয়ন্ত্রণ হেৰুৱাই দূৰ্ঘটনাত পতিত হয় । Author: দৈনন্দিন বাৰ্তা Related Articles জুবিনক্ষেত্ৰ পৰিদৰ্শন ১১ জনীয়া কমিটীৰ । zubeen garg দৈনন্দিন বাৰ্তা - March 17, 2026 ১৬আৰু ১৭ তাৰিখে প্ৰাৰ্থী ঘোষণা কৰিব দলে ৰাইজে চিন্তা কৰিব নালাগে ৰংখাংঙত আছোঁ = ড° তুলিৰাম ৰংহাং দৈনন্দিন বাৰ্তা - March 13, 2026 গৌৰৱ গগৈয়ে ৰঙৰ উৎসৱ হোলী পালন নকৰা বিষয়টোক লৈ ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হৈছে ! ৰঙৰ উৎসৱত কিয় দেখা নগ’ল গৌৰৱ গগৈক?gaurav gogoi দৈনন্দিন বাৰ্তা - March 10, 2026