Breaking

কমলপুৰৰ সোণাপুৰত উত্তপ্ত পৰিস্থিতি!ভুল চিকিৎসাৰ বলি কমলপুৰৰ সোণাপুৰৰ কমল ডেকা

0 1,369

স্বাস্থ্যমন্ত্ৰী মুৰ্দাবাদ, GMCH হায় হায় ধ্বনিৰে উত্তাল সোণাপুৰ।বিগত এটি বছৰে গোল্ড ব্লাডাৰৰ চিকিৎসা কৰি থকা মোহন ডেকাৰ পুত্ৰ কমল ডেকাৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভুল চিকিৎসাত মৃত্যুৰ অভিযোগ ৰাইজৰ।পৰিয়ালৰ লোকৰো অভিযোগ অধ্যয়নৰত ছাত্ৰই ভুল চিকিৎসাৰে হত্যা কৰিলে যুৱকজনক।

কমলপুৰৰ বিধায়ক দিগন্ত কলিতা আৰু GMCH কৰ্তৃপক্ষক তদন্ত দাবী উত্থাপন কৰি দোষীৰ শাস্তি বিচাৰিলে ৰাইজে।

Leave A Reply