১৩ এপ্ৰিলৰ পৰা উত্তৰবহী পুনৰ নিৰীক্ষণৰ বাবে কৰিব পাৰিব আবেদন

ঘোষণা হ’ল মেট্রিক পৰীক্ষাৰ ফলাফল।

১৩ এপ্ৰিলৰ পৰা উত্তৰবহী পুনৰ নিৰীক্ষণৰ বাবে কৰিব পাৰিব আবেদন।

অনলাইনৰ জৰিয়তে কৰিব লাগিব আবেদন।

শিক্ষার্থীয়ে বিচাৰিলে সকলো বিষয়তে দিব পাৰিব পৰীক্ষা।

এইবাৰৰ ফলাফলত তিনিটা বিষয়ত ফেইল কৰিলে দিব পাৰিব কম্পার্টমেন্টেল পৰীক্ষা।

নতুন শিক্ষানীতি মতে অহা বৰ্ষৰ পৰা নাথাকিব কম্পার্টমেন্টেল ব্যৱস্থা।

অহা বৰ্ষৰ পৰা আৰম্ভ হ’ব গ্রেড দিয়াৰ ব্যৱস্থা।

এই কথা সংবাদমেলযোগে জনালে ASSEBৰ অধ্যক্ষ ৰমেশ জৈনে।

Related Articles