Breaking

হোজাই ৰে’ল আৰক্ষীৰ অভিযানত জব্দ বৃহৎ পৰিমানৰ গাঞ্জা

0 1,064

হোজাই ৰে’ল আৰক্ষীৰ অভিযানত জব্দ বৃহৎ পৰিমানৰ গাঞ্জা।

ৰে’ল আৰক্ষীৰ নামণিমুৱা ৰাণী কমলাপত্তি এক্সপ্ৰেছত চললাইছিল অভিযান।

অভিযানত জব্দ ৮ টাকৈ পেকেটত প্ৰায় ১০কেজি গাঞ্জা।

গোপন তথ্যৰ ভিত্তিত ৰেল আৰক্ষীয়ে চলাইছিল এই অভিযান।

হোজাই ষ্টেচনত চেইন পুলিং কৰি হোজাই প্লেটফৰ্মত ট্ৰেইনত চলাইছিল তালাচি অভিযান।

জব্দকৃত গাঞ্জাখিনিৰ বজাৰ মূল্য প্ৰায় ১লাখ টকাৰ অনুমান কৰা হৈছে।

ট্ৰেইনত আৰু গাঞ্জা থকাৰ সন্দেহ হোজাই ৰে’ল আৰক্ষীৰ।

ঘটনা সন্ধৰ্ভত ৰেল আৰক্ষীয়ে কাকো আটক কৰিবলৈ সক্ষম হোৱা নাই যদিও ৰে’ল আৰক্ষীয়ে চাপৰমুখ ৰেল আৰক্ষীক অৱগত কৰিছে।

Leave A Reply