হোজাইত বৃহৎ পৰিমাণ হেৰইন জব্দ ।
লামডিঙৰ 1 নং হাতী খুলিৰ 48 বছৰীয়া অৰ্জুন দাস নামৰ এজনক হোজাইত গ্ৰেপ্তাৰ।

982 গ্ৰাম হেৰইন খিনি বজাৰৰ মূল্য প্ৰায় 20 লাখ টকা
হেৰইন খিনি ৰেল যুগে লামডিংৰ পৰা হোজাইত বিক্ৰী বাবে আনিছিল

*DIG পাৰ্থ সাৰথি মহন্ত নেতৃত্বত গুৱাহাটীৰ পৰা অহা STFৰ এটা 10 জনীয়া দলে হোজাই পুৰণা বজাৰ উৰণীয়া সেতু তলতে গ্ৰেপ্তাৰ কৰে।