দীঘলী পুখুৰীত শতাধিক মাছৰ মৃত্যু

গুৱাহাটীৰ দীঘলী পুখুৰীত মৰিছে শতাধিক মাছ। দীঘলী পুখুৰী কৰতৃপক্ষই জানিবলৈ দিয়া মতে অক্সিজেনৰ অভাৱত মৃত্যু হৈছে সহস্ৰাধিক মাছৰ। আৰু জনায় যে সূৰ্য্য উদয় নহওঁতেই পানীত উপঙি উঠিছে মৃত মাছবোৰ।

Related Articles