শিশু নিৰ্যাতনৰ গোচৰৰ ক্ষমাক লৈ পদত্যাগ হাংগেৰীৰ ৰাষ্ট্ৰপতি ন’ভাকেৰ…

‘শিশু নিৰ্যাতনকাৰীক ক্ষমা কৰি মই ভুল কৰিলো’। শিশু নিৰ্যাতনৰ গোচৰত দোষী সাব্যস্ত লোকক ক্ষমা কৰাৰ বাবেই পদত্যাগ কৰিলে হাংগেৰীৰ ৰাষ্ট্ৰপতি কাটালিন ন’ভাকে।২০২৩ চনৰ এপ্ৰিল মাহত কাটালিন ন’ভাকে প্ৰায় ৪০ জন মান লোকক ক্ষমা কৰিছিল। শিশু নিৰ্যাতন ঢাকি ৰখাত সহায় কৰাৰ বাবে দোষী সাব্যস্ত হোৱা এজন লোকক ক্ষমা কৰাৰ বাবে শনিবাৰে হাংগেৰীৰ ৰাষ্ট্ৰপতি কেটালিন ন’ভাকে পদত্যাগ কৰে।

ৰাজ্যিক টেলিভিছনত সম্প্ৰচাৰিত ভাষণত পদত্যাগ ঘোষণা কৰি ন’ভাকে কয় যে, “মই ভুল কৰিলোঁ… আজি মোক আপোনালোকে ৰাষ্ট্ৰপতি হিচাপে সম্বোধন কৰাৰ শেষ দিন।”

Related Articles