Hyderabad: ভয়ংকৰ অগ্নিকাণ্ডত নিহত ১৭ জন, নিহত আত্মীয়লৈ ২ লাখ টকা ঘোষণা প্ৰধানমন্ত্ৰীৰ

দেওবাৰে পুৱা হায়দৰাবাদৰ চাৰ্মিনাৰৰ সমীপৰ গুলজাৰ (Hyderabad)হাউচত সংঘটিত হয় এক বৃহৎ অগ্নিকাণ্ড। এই পৰ্যন্ত ১৭ জন লোকৰ মৃত্যু হোৱা বুলি নিশ্চিত হৈছে আৰু কেইবাজনো আহত হৈছে। অগ্নিকাণ্ডৰ খবৰ পোৱাৰ পিছতে ১২ খন অগ্নিনিৰ্বাপক বাহিনীৰ বাহন ঘটনাস্থলীত উপস্থিত হয়।

এই দুৰ্ঘটনাক লৈ শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে।প্ৰতিজন মৃতকৰ পৰিয়ালক(Hyderabad)পিএমএনআৰএফৰ পৰা ২ লাখ টকাৰ ধন প্ৰদান কৰা হ’ব। আনহাতে আহতসকলক দিয়া হ’ব ৫০ হাজাৰ টকা।(Fire)

দেওবাৰে পুৱতি নিশা সংঘটিত হয় এই অগ্নিকাণ্ড। শ্বৰ্ট চাৰ্কিটৰ কাৰণ হ’ব পাৰে এই ভয়ংকৰ অগ্নিকাণ্ডৰ।

Related Articles