Breaking

‘মই সূৰ্য লগত নাথাকোৱে, মই সদায় চন্দ্ৰৰ লগত থাকোঁ’ – জুবিন গাৰ্গ…

0 36

বি বৰুৱা মহাবিদ্যালয়ৰ ‘সূৰ্যকণ্ঠ’ উপাধি জুবিন গাৰ্গলৈ। বি বৰুৱা কলেজৰ ৮০ বছৰীয়া জয়ন্তী উপলক্ষে নেহৰু ষ্টেডিয়ামত আয়োজিত সাংস্কৃতিক সন্ধিয়াত জুবিন গাৰ্গক ‘সূৰ্যকণ্ঠ’ উপাধি প্ৰদান আৰু সংগীতানুষ্ঠান।

‘সূৰ্যকণ্ঠ’ উপাধি লাভ কৰি জুবিন গাৰ্গে ক’লে ‘মোক কিয় এইটো উপাধি দিলে মই নাজানো। সূৰ্য উঠে মই শুই যাও, চন্দ্ৰ ওলাই মইও ওলাও।’ সূৰ্যকণ্ঠ উপাধি লাভ কৰাৰ পিছতে জুবিন গাৰ্গৰ অনুভৱ।

Leave A Reply