August 23, 2023 মণিপুৰত চৰকাৰী নিৰ্দেশনা অমান্য কৰি নিলম্বন হ’ল IAS বিষয়া… Share FacebookTwitterWhatsAppTelegramKooEmail মণিপুৰত চৰকাৰী নিৰ্দেশনা অমান্য কৰি নিলম্বন হ’ল IAS বিষয়া। জিৰিবামৰ উপায়ুক্ত পদত যোগদান নকৰি নিলম্বিত এন জি ৰবেন সিং। নিৰাপত্তাহীনতাত ভুগি অমান্য কৰিছিল চৰকাৰী নিৰ্দেশনা। Author: দৈনন্দিন বাৰ্তা Related Articles শংকৰজ্যোতি বৰুৱা সহ আছু , আছা , আটছাৰ একাধিক নেতাৰ বিজেপিত যোগদান দৈনন্দিন বাৰ্তা - January 24, 2026 কংগ্ৰেছ নেতাৰ ছত্ৰছায়াত লখিমপুৰত বাংলাদেশী নাগৰিকৰ আগ্ৰাসনৰ অভিযোগ দৈনন্দিন বাৰ্তা - January 24, 2026 মোৰ বিৰুদ্ধে কংগ্ৰেছে ষড়যন্ত্ৰ কৰিছে, সকলো আদালতত ক’মঃ শিখা শৰ্মা দৈনন্দিন বাৰ্তা - January 21, 2026