IFFI Indian Panorama: IFFI-ৰ Indian Panorama লৈ অসমীয়া চলচ্চিত্ৰ – ‘ভাইমন দা’ আৰু ‘চিকাৰ’

অসমীয়া চলচ্চিত্ৰ জগতলৈ সুখবৰ৷ (IFFI Indian Panorama) জুবিন গাৰ্গ অভিনীত ছবি ‘চিকাৰ’ৰ সমান্তৰালকৈ ইণ্ডিয়ান পেনোৰামালৈ নিৰ্বাচিত হৈছে আন দুখন অসমীয়া ছবি ‘ভাইমনদা’ আৰু ‘পত্ৰলেখা’

২০২৫ বৰ্ষৰ ভাৰতৰ আন্ত:ৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱ চমুকৈ IFFI-ৰ Indian Panorama লৈ অসমীয়া চলচ্চিত্ৰ – ‘ভাইমন দা’ আৰু ‘চিকাৰ’ নিৰ্বাচিত হৈছে।

উল্লেখযোগ্য যে, শশাংক সমীৰ পৰিচালিত ‘ভাইমন দা’ কাহিনী চিত্ৰ শিতানত নিৰ্বাচিত হৈছে।

দেৱাংকৰ বুঢ়াগোঁহাই পৰিচালিত ‘চিকাৰ’ মূলসঁতিৰ ছবি শিতানত নিৰ্বাচিত হৈছে।

আনহাতে Non-feature শাখাত নিৰ্বাচিত হৈছে নম্ৰতা দত্ত পৰিচালিত ‘পত্ৰলেখা’৷

এই মহোৎসৱ অহা ২০ৰ পৰা ২৮ নৱেম্বৰলৈকে গোৱাত অনুষ্ঠিত হ’ব।

Related Articles