ছহিদে কান্দি আছে, বিদেশী ৰাখি ছহিদ দিৱস! ছহিদসকলে নিজৰ জীৱন বলিদান দিছিল সংবিধানসন্মত ১৯৫১ ভিত্তি বছৰ কৰাৰ বাবে।

অসম আন্দোলনৰ আছুৰ নেতাসকলে জনগণৰ অনুমতি তথা সন্মতি নোলোৱাকৈয়ে ১৯৭১ চনৰ ২৪ মাৰ্চলৈ ৭০-৮০ লাখ অবৈধ বাঙালী হিন্দু-মুছলমান, বিদেশী ৰাখিবৰ বাবে ভাৰত চৰকাৰৰ সৈতে চুক্তি কৰিছিল।

অবৈধ বিদেশীয়ে অসম ধ্বংস কৰাটো নিশ্চিত : মতিউৰ ৰহমান।