পশুধনৰ অবৈধ সৰবৰাহকাৰীক বৃহৎ পৰিমাণৰ নগদ ধনৰ সৈতে আটক…

অসম এছ টি এফ-ৰ ডি আই জি পাৰ্থ সাৰথি মহন্তৰ বিশেষ সূত্ৰৰ পম খেদি এছ টি এফৰ-ৰ‌ এটা অভিযানকাৰী দলে ১৮ জুলাইৰ সন্ধিয়া আটক কৰে পশুধন সৰবৰাহকাৰীক।

যোৰাবাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ সহযোগত যোৰাবাট এলেকাত এটি যুটীয়া অভিযান চলাই দুজনকৈ

পশুধনৰ অবৈধ সৰবৰাহকাৰীক বৃহৎ পৰিমাণৰ নগদ ধনৰ সৈতে আতক কৰিবলৈ সক্ষম হয়।

Related Articles