Breaking

ইম্পেৰিয়েল কলেজ লণ্ডনে ভাৰতীয় ছাত্ৰ-ছাত্ৰীৰ বাবে ৪ কোটি টকাৰ জলপানি দিয়াৰ কথা ঘোষণা কৰিছে

0 58

কেন্দ্ৰীয় মন্ত্ৰী ড০ জিতেন্দ্ৰ সিঙৰ ইম্পেৰিয়েল কলেজ লণ্ডন ভ্ৰমণৰ সময়ত প্ৰতিষ্ঠানটোৰ পৰিচালনা সমিতিয়ে কলেজখনত অধ্যয়ন কৰা ভাৰতীয় ছাত্ৰ-ছাত্ৰীসকলৰ বাবে ৪ লাখ পাউণ্ড (৪ কোটি টকাৰ ওপৰত) মূল্যৰ জলপানিৰ কথা ঘোষণা কৰে।

মুঠ জলপানিৰ ভিতৰত ৫০% ভাৰতৰ মহিলা ছাত্ৰীক দিয়া হ’ব।

সিঙে কলেজত ভাৰতীয় ছাত্ৰ-ছাত্ৰীৰ সৈতে প্ৰায় এঘণ্টা ধৰি মত বিনিময় কৰিছিল।

Leave A Reply