Breaking

ৰাজ্যৰ শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা ! আগন্তুক শিক্ষাবৰ্ষৰ পৰা নতুনকৈ প্ৰৱৰ্তন হ’ব ৬টা মাধ্যম…

0 239

ৰাজ্যৰ শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা। আগন্তুক শিক্ষাবৰ্ষৰ পৰা নতুনকৈ প্ৰৱৰ্তন হ’ব ৬টা মাধ্যম। পহিলা এপ্ৰিলৰ পৰা আৰম্ভ হ’ব নতুন শিক্ষাবৰ্ষ।

প্ৰৱৰ্তন হ’ব মিচিং, ৰাভা, কাৰ্বি, তিৱা, ডিমাছা আৰু দেউৰী মাধ্যম। প্ৰতিগৰাকী শিক্ষাৰ্থীয়ে মাধ্যম অনুসৰি লাভ কৰিব বুনিয়াদী শিক্ষা।

NEP অনুসৰিয়ে এই সিদ্ধান্ত ৰাজ্যৰ স্কুল শিক্ষা বিভাগৰ। ইয়াৰ বাবে প্ৰয়োজনীয় নিৰ্দেশনা জাৰি শিক্ষা বিভাগৰ।

Leave A Reply