ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰ নদীৰ খহনীয়াৰ ফলত ক্ষতিগ্ৰস্ত হোৱা এলেকাৰ পুনৰুদ্ধাৰৰ কাম চলিছে।

ডিব্ৰুগড়ৰ জলসম্পদ বিভাগৰ দ্বাৰা ডিব্ৰুগড় পশ্চিম ৰাজহচক্ৰৰ নগাখেলিয়াত ব্ৰহ্মপুত্ৰ নদীৰ খহনীয়াৰ ফলত ক্ষতিগ্ৰস্ত হোৱা এলেকাৰ পুনৰুদ্ধাৰৰ কাম তীব্ৰ গতিত চলাই থকা হৈছে।

সামাজিক মাধ্যম জৰিয়তে এই কথা জনাই ডিব্ৰুগড় প্ৰশাসনে।