যোৰহাটত ২৩,১০৩ গৰাকী নতুন হিতাধিকাৰী মাজত ৰেচন কাৰ্ড বিতৰণৰ কাৰ্যসূচী শুভাৰম্ভ মুখ্যমন্ত্ৰীৰ…

যোৰহাটত ২৩,১০৩ গৰাকী নতুন হিতাধিকাৰী মাজত ৰেচন কাৰ্ড বিতৰণৰ কাৰ্যসূচী শুভাৰম্ভ মুখ্যমন্ত্ৰীৰ।


আজি যোৰহাটৰ জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই যোৰহাট সমষ্টিৰ মুঠ ২৩,১০৩ গৰাকী নতুন হিতাধিকাৰী মাজত ৰেচন কাৰ্ড বিতৰণৰ কাৰ্যসূচী শুভাৰম্ভ কৰে।

Related Articles