December 16, 2023 কলিয়াবৰৰ দেওচুৰত নিশা চলন্ত ট্ৰাক জ্বলিল দাওদাওকৈ… Share FacebookTwitterWhatsAppTelegramKooEmail কলিয়াবৰৰ দেওচুৰত নিশা চলন্ত ট্ৰাকত জুই ৷ ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত দাওদাওকৈ জ্বলিল ট্ৰাকখন ৷ নগাঁৱৰ পৰা যোৰহাট অভিমুখী আছিল ট্ৰাকখন৷ কাৰিকৰী বিজুতিৰ ফলতেই জ্বলি উঠে ট্ৰাকখন৷ কথমপি প্ৰাণ ৰক্ষা চালক-হেণ্ডিমেনৰ৷ Author: দৈনন্দিন বাৰ্তা Related Articles অসমৰ বাস্তৱিক উন্নয়নক ‘AI’ বুলি কংগ্ৰেছৰ ভুৱা প্ৰচাৰ , অসমৰ প্ৰকৃত উন্নয়নক বিশ্বাসত ল’ব পৰা নাই কংগ্ৰেছে দৈনন্দিন বাৰ্তা - March 10, 2026 ৬ দিনতেই ১০ লাখৰো অধিক লোকৰ অংশগ্ৰহণেৰে বিজেপিৰ ‘জন আশীৰ্বাদ যাত্ৰা’; অসমজুৰি ধ্বনি— “আহিছে আহিছে হিমন্ত আহিছে” । CMO ASSAM দৈনন্দিন বাৰ্তা - March 7, 2026 গুৱাহাটীৰ সামগ্ৰিক উন্নয়নৰ লক্ষ্যৰে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা আৰু উদ্ধোধন দৈনন্দিন বাৰ্তা - February 25, 2026