এই খনেই আমাৰ শঙ্কৰ আজানৰ দেশ,এই বাৰ মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ জন্ম জয়ন্তীৰ উপলক্ষে পশ্চিম যোৰহাটৰ চাৰিঙীয়া বৰ নামঘৰৰে বাহিৰ কৰা ভাগৱত সহ সাংস্কৃতিক শোভাযাত্ৰাক আজান চাৰিঙীয়া মছজিদ কমিটিয়ে সেৱা প্ৰাৰ্থনাৰে আদৰণি জনোৱাৰ লগতে আপ্যায়নৰো ব্যৱস্থা কৰে ।

এইয়া আমাৰ বৰ্তমান সমাজ খনৰ বাৱে এক ইতিবাচক খবৰ ।