বিশ্বনাথ ঘাটৰ ফকৰুদ্দিন আলী আহমেদ হাইস্কুলত অঘটন ! বিনামূলীয়া ঔষধ সেৱনৰ পাছতে অচেতন বহু শিক্ষাৰ্থী…

বিশ্বনাথ ঘাটৰ ফকৰুদ্দিন আলী আহমেদ হাইস্কুলত অঘটন।

বিনামূলীয়া ঔষধ সেৱনৰ পাছতে অচেতন বহু শিক্ষাৰ্থী। ঔষধ সেৱন কৰি অচেতন হৈ পৰে ২৫গৰাকীকৈ শিক্ষাৰ্থী।

স্বাস্থ্য বিভাগে প্ৰদান কৰিছিল ফাইলেৰিয়া ৰোগ নিৰ্মূলৰ ঔষধ। বিদ্যালয়ে বিদ্যালয়ে যোগান ধৰা হৈছিল ডি.ই.চি, এলবেণ্ডাজল টেবলেট।

Related Articles