March 17, 2023 লাহৰীঘাটৰ ভূৰাগাঁৱৰ জৰিবৰত অঘটন Share FacebookTwitterWhatsAppTelegramKooEmail লালি বিলৰ পানীত পৰি একে ঘৰৰ দুটি শিশুৰ সলিল সমাধি৷ শিশু দুটি হ’ল শ্বজিনা খাতুন(৪), ছাহিব ইছলাম(২)৷ শিশু দুটি মোমায়েকৰ ঘৰত ফুৰিব আহিছিল৷ শিশু দুটি বৰ হলৌকুন্দা গাঁৱৰ ছাদ্দাম হুছেইনৰ সন্তান ৷ এই ঘটনাই সমগ্ৰ গাওঁখনতে শোকৰ ছাঁ পেলাইছে৷ Author: দৈনন্দিন বাৰ্তা Related Articles ভাৰত সেৱাশ্ৰম সংঘৰ তিনিচুকীয়া শাখাৰ বিশেষ অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ দৈনন্দিন বাৰ্তা - December 13, 2025 সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদৰ উদ্যোগত অসম ভলীবল সন্থাৰ সৌজন্যত ৰাজকুমাৰ লংকেশ্বৰ গোঁহাই ভলীবল কাপ ২০২৫ । দৈনন্দিন বাৰ্তা - December 13, 2025 জুবিন গাৰ্গ হত্যাকাণ্ড : চাৰ্জশ্বীটত সংযোজন হোৱা BNS 105 ধাৰা কি? কি শাস্তি হ’ব পাৰে দোষীৰ? দৈনন্দিন বাৰ্তা - December 13, 2025