Breaking

অৰুণাচল প্ৰদেশৰ দেওমালিত অঘটন ! গছ পৰি দুজনকৈ শ্ৰমিকৰ থিতাতে মৃত্যু…

0 20

অৰুণাচল প্ৰদেশৰ দেওমালিত অঘটন। গছ পৰি দুজনকৈ শ্ৰমিকৰ থিতাতে মৃত্যু। নিহত বৰডুমছাৰ মিনাকান্ত দেউৰী, দলেন্দ্ৰ দেউৰী।

গুৰুতৰভাৱে আহত হৈছে ৫ জনকৈ লোক। আহতকেইজনক AMCHত ভৰ্তি।অইলৰ ছাৰ্ভে কোম্পানীত কৰ্মৰত আছিল শ্ৰমিককেইজন।

কৰ্তব্যৰত অৱস্থাতে গাত বাগৰি পৰে প্ৰকাণ্ড গছ। ঘটনাক লৈ অইলৰ ছাৰ্ভে কোম্পানীটোৱে অৱহেলা কৰাৰ অভিযোগ।

Leave A Reply