মহানগৰীত পুনৰ আয়কৰ বিভাগৰ অভিযান।

মহানগৰীৰ ৩টাকৈ স্থানত বৃহস্পতিবাৰে অভিযান চলাইছে বিভাগটোৱে।

ব্যৱসায়ী কৈলাশ কাব্ৰা, ৰোহিত দাউৰা আৰু বিজয় যাছৰাছাৰীয়াৰ বাসগৃহ আৰু ব্যৱসায়ীক প্ৰতিষ্ঠানত অভিযান চলাই আয়কৰ বিভাগে। কৰফাঁকিৰ বিৰুদ্ধে এই অভিযান চলাইছে আয়কৰ বিভাগে।