টি-২০ বিশ্বকাপত অষ্ট্ৰেলিয়াক পৰাস্ত কৰি ছেমি-ফাইনেলত ভাৰত…

এদিনীয়া বিশ্বকাপৰ ফাইনেলত অষ্ট্ৰেলিয়াক পৰাস্ত কৰি ছেমি-ফাইনেলত ভাৰত। ভাৰতৰ ২০৫ ৰানৰ ব্যৱধানত অষ্ট্ৰেলিয়াই ১৮১ ৰানহে সংগ্ৰহ কৰিবলৈ সক্ষম হ’ল।

ছেইন্ট লুচিয়াত পৰাজয়ৰ পিছতে প্ৰতিশোধ ল’লে ভাৰতে।ছুপাৰ এইটতো টীম ইণ্ডিয়াই দুৰ্দান্ত আৰম্ভণি কৰিছিল। ভাৰতৰ অধিনায়ক ৰোহিত শৰ্মাৰ তত্বাৱধানত দুৰ্দান্ত প্ৰদৰ্শণ কৰি অৱশেষত ছেমি-ফাইনেলত নামিল ভাৰত।

Related Articles