ভাৰত-কানাডাৰ সম্পৰ্কত ফাট৷ কানাডাৰ ৰাষ্ট্ৰদূতক ভাৰত এৰাৰ নিৰ্দেশ চৰকাৰৰ ৷ ৫ দিনৰ ভিতৰত ভাৰত এৰাৰ নিৰ্দেশ ৷

কানাডাৰ বিৰুদ্ধে ভাৰতৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপৰ অভিযোগ৷ ভাৰতবিৰোধী কাৰ্যতো সহযোগিতাৰ অভিযোগ কানাডাৰ বিৰুদ্ধে ৷
কানাডাৰো ভাৰতৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ৷ খালিস্তানী সন্ত্ৰাসবাদীক হত্যাত ভাৰত জড়িতৰ অভিযোগ কানাডাৰ ৷