October 19, 2020 ভাৰতত কোৰোনাত আক্ৰান্তৰ সংখ্যাই অতিক্ৰম কৰিলে ৭৫ লাখৰ ঘৰ Share FacebookTwitterWhatsAppTelegramKooEmail ডিজিটেল ডেস্কঃ ভাৰতত পুনৰ ৫৫,৭২২ জন লোকৰ দেহত ধৰা পৰিছে কোভিড পজিটিভ ধৰা পৰাৰ লগতে ৫৭৯ জন লোকৰ মৃত্যু হৈছে। দেশত কোৰোনাত আক্ৰান্তৰ সংখ্যা ৭৫,৫০,২৭৩ জনলৈ বৃদ্ধি পোৱাৰ বিপৰিতে মৃত্যু হৈছে ১,১৪,৬১০ জনৰ৷ Author: দৈনন্দিন বাৰ্তা Related Articles আতংকিত নহ’বঃ আজি হঠাৎ বাজি উঠিব আপোনাৰ মোবাইল ফোন দৈনন্দিন বাৰ্তা - May 2, 2026 ভাৰতক কহিনুৰ হীৰা ঘূৰাই দিয়াৰ দাবী তুলিলে নিউয়ৰ্কৰ মেয়ৰ জোহৰাণ মামদানীয়ে দৈনন্দিন বাৰ্তা - April 30, 2026 গুৱাহাটী প্ৰেছ ক্লাবৰ বিষয়ববীয়াৰে তথ্য আৰু জনসংযোগ বিভাগৰ গুৰুত্বপূৰ্ণ বৈঠক ।প্ৰেছ এক্ৰেডিয়েছন কমিটিৰ বৈঠক অনুষ্ঠিত নোহোৱাত আক্ষেপ প্ৰেছ ক্লাবৰ দৈনন্দিন বাৰ্তা - April 28, 2026