June 28, 2024 T20 বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ ভাৰত, ছেমি ফাইনেলত ৬৮ ৰানত জছ বাটলাৰ বাহিনীক পৰাস্ত টীম ইণ্ডিয়াৰ… Share FacebookTwitterWhatsAppTelegramKooEmail T20 বিশ্বকাপ ২০২৪ৰ ট্রফীলৈ আৰু এটা খোজ বাকী৷ T20 বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ ভাৰতৰ৷ ছেমি ফাইনেলত ইংলেণ্ডক সহজে পৰাস্ত কৰিলে টীম ইণ্ডিয়াই৷ ৬৮ ৰানত পৰাজিত জছ বাটলাৰ বাহিনী৷ Author: দৈনন্দিন বাৰ্তা Related Articles Smriti-Palash: মহিলা ক্ৰিকেটা স্মৃতি মান্ধনা আৰু সংগীত শিল্পী পলাশ মুচ্চলৰ বিবাহ বাতিল দৈনন্দিন বাৰ্তা - December 7, 2025 Assam down town University Hosts “EduElevate 2.0” to Empower Northeast Educators and Institutions! দৈনন্দিন বাৰ্তা - December 6, 2025 অসম সাহিত্য সভাৰ চন্দ্ৰকান্ত সন্দিকৈ ভৱনৰ শতবর্ষ মহোৎসৱত আঠ ঘণ্টাত এক লাখ ন হাজাৰ টকাৰ গ্ৰন্থ বিক্রী । Book Fair দৈনন্দিন বাৰ্তা - December 6, 2025