Breaking

পুনৰ ইতিহাস ৰচিলে ভাৰতে; সফলতাৰে উৎক্ষেপণ গগনযানৰ প্ৰথম টেষ্ট ফ্লাইট…

0 74

পুনৰ ইতিহাস ৰচিলে ভাৰতে।


ISRO–এ সফলভাৱে উৎক্ষেপণ কৰিলে গগনযানৰ প্ৰথম টেষ্ট ফ্লাইট।


শ্ৰীহৰিকোটাৰ সতীশ ধৱন মহাকাশ কেন্দ্ৰৰ পৰা সফলভাৱে উৎক্ষেপণ গগনযানৰ টেষ্ট ফ্লাইট।


১০ বজাৰ লগে লগে ISRO–এ পৰীক্ষামূলক গগনযানৰ সফল উৎক্ষেপণ কৰিলে।


আজি পুৱা কাৰিকৰী বিজুতিৰ বাবে স্থগিত ৰাখিবলগীয়া হৈছিল গগনযানৰ পৰীক্ষামূলক উৰণ।


কাৰিকৰী বিজুতিৰ পিছত সফলভাৱে উৎক্ষেপণ হ’ল গগনযান।

Leave A Reply