যুদ্ধ বিধ্বস্ত গাজা ষ্ট্ৰীপৰ সাধাৰণ নাগৰিকলৈ সহায়ৰ হাত ভাৰতৰ

যুদ্ধ বিধ্বস্ত গাজা ষ্ট্ৰীপলৈ সহায়ৰ হাত ভাৰতৰ।


৩৮ টন খাদ্য, চিকিৎসা-সামগ্ৰী প্ৰেৰণ গাজা ষ্ট্ৰীপলৈ।


উল্লেখ্য যে ভাৰতৰ সহায়ে কিছু পৰিমাণে হ’লেও সকাহ দিব গাজাবাসীক।

ৰাষ্ট্ৰসংঘত ভাৰতৰ উপ স্থায়ী প্ৰতিনিধি (ডি পি আৰ) আৰ ৰবিন্দ্ৰই কয় যে চলি থকা ইজৰাইল-হামাছ যুদ্ধৰ মাজতে ভাৰতে গাজা ষ্ট্ৰিপৰ সাধাৰণ নাগৰিকসকললৈ ৩৮ টন খাদ্য আৰু জটিল চিকিৎসা সঁজুলি প্ৰেৰণ কৰিছে।

ইজৰাইলী সেনাৰ আক্ৰমণত ধৰাসায়ী গাজা ষ্ট্ৰীপ।

Related Articles