June 9, 2024 আজি T20 বিশ্বকাপত ভাৰত-পাকিস্তানৰ হাইভল্টেজ মেচ… Share FacebookTwitterWhatsAppTelegramKooEmail আজি T20 বিশ্বকাপত ভাৰত-পাকিস্তানৰ হাইভল্টেজ মেচ। সন্ধিয়া ৮ বজাৰ পৰা ভাৰত-পাকিস্তানৰ মাজত অনুষ্ঠিত হ’ব মেচ। নিউয়ৰ্কৰ নাছাউ কাউণ্টি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব মেচখন। মেচখনক লৈ তীব্ৰ উৎকণ্ঠা ক্ৰীড়াপ্ৰেমী ৰাইজৰ। Author: দৈনন্দিন বাৰ্তা Related Articles Smriti-Palash: মহিলা ক্ৰিকেটা স্মৃতি মান্ধনা আৰু সংগীত শিল্পী পলাশ মুচ্চলৰ বিবাহ বাতিল দৈনন্দিন বাৰ্তা - December 7, 2025 Assam down town University Hosts “EduElevate 2.0” to Empower Northeast Educators and Institutions! দৈনন্দিন বাৰ্তা - December 6, 2025 অসম সাহিত্য সভাৰ চন্দ্ৰকান্ত সন্দিকৈ ভৱনৰ শতবর্ষ মহোৎসৱত আঠ ঘণ্টাত এক লাখ ন হাজাৰ টকাৰ গ্ৰন্থ বিক্রী । Book Fair দৈনন্দিন বাৰ্তা - December 6, 2025