July 28, 2024 ভাৰত-শ্ৰীলংকাৰ প্ৰথম T20ত ভাৰতৰ জয়, শ্ৰীলংকাৰ বিৰুদ্ধে মাত্ৰ ৫ ৰান দি ৩টা উইকেট দখল ৰিয়ান পৰাগৰ… Share FacebookTwitterWhatsAppTelegramKooEmail ভাৰত-শ্ৰীলংকাৰ প্ৰথম T20ত ভাৰতৰ জয়। ৪৩ ৰানত শৃংখলাৰ প্ৰথম মেচত জয়ী ভাৰত। শৃংখলাৰ প্ৰথম মেচত ৰিয়ান পৰাগৰ দুৰ্দান্ত বলিং। ৮টা বলত মাত্ৰ ৫ ৰান দি ৩টা উইকেট দখল ৰিয়ানৰ। Author: দৈনন্দিন বাৰ্তা Related Articles “বাংলাদেশীৰ মিঞা দালাল গৌৰৱ গগৈ” সামাজিক মাধ্যমত প্ৰতিক্ৰিয়া প্ৰকাশ মন্ত্ৰী পীয়ুষ হাজিকাৰ দৈনন্দিন বাৰ্তা - February 5, 2026 ৰঙিয়া বিধানসভা সমষ্টিত একেদিনাই অৰ্ধশতাধিক মহিলা নামৰ দলক নামৰ সামগ্ৰী প্ৰদান ।কথা মতে কাম ৰাজ্যিক বিজেপিৰ সম্পাদক ৰাতুল শৰ্মাৰ। দৈনন্দিন বাৰ্তা - February 4, 2026 যোৰহাট জিলাত কি হ’ব ৰাজনৈতিক সমীকৰণ : নৱ প্ৰজন্মক বিছাৰিছে ভোটাৰে দৈনন্দিন বাৰ্তা - January 28, 2026