Breaking

ইংলেণ্ডৰ বিৰুদ্ধে তৃতীয় টেষ্টত ভাৰতৰ জয়

0 15

ইংলেণ্ডৰ বিৰুদ্ধে তৃতীয় টেষ্টত ভাৰতৰ জয়।

ৰাজকোট টেষ্টত ৪৩৪ ৰানত জয়লাভ টীম ইণ্ডিয়াৰ। জয়ৰ বাবে ইংলেণ্ডক বান্ধি দিছিল ৫৫৭ ৰানৰ লক্ষ্য। প্ৰত্যুত্তৰত ১২২ ৰানত সমাপ্ত হয় ইংলেণ্ডৰ ইনিংছ।

উল্লেখ্য যে ভাৰতে প্ৰথম ইনিংছত সংগ্ৰহ কৰিছিল ৪৪৫ ৰান। দ্বিতীয় ইনিংছত ভাৰতে ৪ উইকেটত সংগ্ৰহ কৰে ৪৩০ ৰান। দ্বিতীয় ইনিংছত যশস্বী জয়ছোৱালৰ দ্বিশতক অৰ্জন।

শৃংখলাত ৫শতাধিক ৰান কৰা একমাত্ৰ বেটাৰ জয়ছোৱাল।

Leave A Reply