September 26, 2023 চতুৰ্থটো ৰূপৰ পদক অৰ্জন ভাৰতৰ… Share FacebookTwitterWhatsAppTelegramKooEmail এছিয়ান গেমছৰ তৃতীয় দিনা ভাৰতে অৰ্জন কৰে চতুৰ্থটো ৰূপৰ পদক। ছেইলিঙত নেহা ঠাকুৰীয়াই আঁজুৰিলে ৰূপৰ পদক। ২৭ পইণ্টেৰে ৰূপৰ পদক লাভ কৰে নেহা ঠাকুৰে। বৰ্তমানলৈ ভাৰতে ২টা স্বৰ্ণ, ৪টা ৰূপ, ৬টাকৈ ব্ৰঞ্জৰ পদক লাভ কৰিছে। Related Articles Himanta Biswa Sarma: আগষ্টত মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰিব অসম ক্ৰিকেট সন্থাৰ ক্ৰিকেট একাডেমী দৈনন্দিন বাৰ্তা - May 30, 2025 ‘কংগ্ৰেছৰ সিদ্ধান্তত আমি হতভম্ব, আমি লজ্জিত’ – পৱিত্ৰ মাৰ্ঘেৰিটা । Pabitra Margherita দৈনন্দিন বাৰ্তা - May 26, 2025 গৌৰৱ গগৈ হ’ল অসম প্ৰদেশ কংগ্ৰেছৰ নতুন সভাপতি । Garuva Gogi দৈনন্দিন বাৰ্তা - May 26, 2025