india

Peak of the Autumn:আঘোণৰ উকি আৰু আঘোণৰ নষ্টালজিক অনুভূতি…

এই সময়খিনি বৰ হেঁপাহৰ। কৃষকৰ বুকুৰ আশাই গজালি মেলি বাস্তৱ হোৱাৰ সময়। আচলতে আঘোণৰ সময়বোৰ আগুৱাইছে।(Peak of the Autumn) আঘোণ মাহ শেষ হ'বলৈ এতিয়াও দহ-বাৰদিন বাকী।কিন্তু আঘোণৰ সোণোৱালী গুটীধানেৰে ভৰপুৰ পথাৰখনৰ পৰা ধানবোৰ প্ৰায় নোহোৱাৰ দৰে হৈ পৰিছে।

Saffron politics:পেইং কেবিনত আৰম্ভ হৈছিল নেকি ছেফ্ৰন পলিটিকছ

শিৱসাগৰ সমষ্টিৰ বৰ্তমানৰ বিধায়ক তথা একালৰ ৰাজপথৰ আন্দোলনকাৰী নেতা অখিল গগৈৰ(Akhil Gogoi) বৰ্তমান কণ্ঠৰুদ্ধ নেকি?(Saffron politics) জিএমচিএমৰ পেইং কেবিনৰ পৰা এখনো নিৰ্বাচনী সভাত অংশ নোলোৱাকৈ দিছপুৰৰ এমএলএ হোষ্টেলৰ বাসিন্দা হোৱা নেতাজন আচলতে কাৰ আশীষধন্য।

Drum Festival-Workshop:অসম সাহিত্য সভাৰ ঢুলীয়া সমাৰোহ-কৰ্মশালা

‘ভাষা আৰু সংস্কৃতি শক্তিশালী হ’লেহে জাতি শক্তিশালী হৈ থাকে। প্ৰতিগৰাকী অসমীয়াই শুদ্ধকৈ অসমীয়া ভাষা কোৱা আৰু লিখাটো অতি জৰুৰী।(Drum Festival-Workshop) এই বিষয়টো অৱহেলা কৰা মানে জাতিটোৰ প্ৰতি অন্যায় কৰা বুজায়।

Poetic City of Diphu:কাব্যিক নগৰী ডিফু চহৰত ‘ফাগুনৰ ৰংময় ক’লাজ’ আৰু ‘কবিতাৰ শেৱালি সুৱাস’ উন্মোচন

কবিতাই কবিৰ প্ৰাণ। কবিতাই(Poetic City of Diphu) কবিৰ প্ৰাণত আশাৰ সঞ্চাৰ কৰাৰ লগতে জগত পোহৰ কৰি তোলে। ইয়াকেই যেন আকৌ এবাৰ প্ৰমাণ কৰি দেখুৱালে ডিফুৰ দুগৰাকী কবিয়ে।

Bangladesh Chalo:বাংলাদেশ চলো- বাংলাদেশত হিন্দুৰ ওপৰত আক্ৰমণৰ বিৰুদ্ধে শ্ৰীভূমিত গণ প্ৰতিবাদ

বাংলাদেশত(Bangladesh Chalo) সংখ্যালঘু হিন্দুৰ ওপৰত হোৱা অত্যাচাৰৰ ঘটনাই ভাৰতত, বিশেষকৈ অসমতো ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। শেহতীয়াকৈ বাংলাদেশত এখন ভাৰতীয় বাছৰ ওপৰত হোৱা আক্ৰমণৰ পিছত তনে প্ৰতিক্ৰিয়া অধিক তীব্ৰ হৈ পৰিছে।

Popular