Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
india
বিশ্ব উন্নয়নত ব্ৰিকছৰ সৈতে একত্ৰিতভাৱে আগবাঢ়িব ভাৰত: মোদী Brics Summit 2025
Sub Lt Astha Poonia: ভাৰতীয় নৌ সেনাৰ যুঁজাৰু পাইলট হ’ল আস্থা পুণিয়া
Rimpi Buragohain: ৱৰ্ল্ড পুলিচ মীটত ৰিম্পী বুঢ়াগোহাঁইৰ দ্বিতীয়টো সোণৰ পদক
Senior journalist Gitanjali Vaishya Nath: কৰ্কটত আক্ৰান্ত জ্যেষ্ঠ সাংবাদিক গীতাঞ্জলি বৈশ্য নাথ, আৰ্থিক সাহায্য বিচাৰি মুখ্যমন্ত্ৰীলৈ কন্যাৰ আবেদন
অসম
দৈনন্দিন বাৰ্তা
-
November 6, 2024
ৰাজ্যৰ এগৰাকী প্ৰবীণ সাংবাদিক গীতাঞ্জলি বৈশ্য নাথ(Senior journalist Gitanjali Vaishya Nath) গুৰুতৰভাৱে অসুস্থ। কৰ্কট ৰোগত আক্ৰান্ত সাংবাদিকগৰাকীয়ে বৰ্তমান হাইদৰাবাদৰ বাছাভাটাৰাকম ইণ্ড’ এমেৰিকান কেন্সাৰ হাস্পতাল এণ্ড ৰিচাৰ্ছ ইনষ্টিটিউটত চিকিৎসাধীন হৈ আছে।
47th US President Donald Trump: আমেৰিকাৰ ৰাষ্ট্ৰপতিৰূপে পুনৰ নিৰ্বাচিত ড’নাল্ড ট্ৰাম্প
india
দৈনন্দিন বাৰ্তা
-
November 6, 2024
সকলো ভৱিষ্যতবাণী মিছা প্ৰমাণিত কৰি বিশ্বৰ শক্তিধৰ দেশ আমেৰিকাৰ ৪৭ সংখ্যক ৰাষ্ট্ৰপতি(47th US President Donald Trump) হিচাপে নিৰ্বাচিত হ'ল ড'নাল্ড ট্ৰাম্প(Victory With 60M Votes)। দ্বিতীয়টো কাৰ্যকালৰ বাবে হোৱাইট হাউছৰ বাসিন্দা হ'ব ট্ৰাম্প।
Elephant Deaths: বিষাক্ত ভেঁকুৰৰ বাবে মধ্যপ্ৰদেশত ১০টা হাতীৰ মৃত্যু
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
দৈনন্দিন বাৰ্তা
-
November 6, 2024
বান্ধৱগড়ত ১০টা হাতীৰ মৃত্যুৰ(Elephant Deaths) কাৰণ পোহৰলৈ আহিছে। বিষত নহয়, বাজৰাৰ ভেঁকুৰে বাবে হাতীকেইটাই মৃত্যুবৰণ কৰিছিল। শেহতীয়াকৈ মধ্যপ্ৰদেশৰ(MP government) বান্ধৱগড় ৰাষ্ট্ৰীয় উদ্যানত (Bandhavgarh Tiger Reserve)এটা গঁড়ৰ মৃত্যুৰ ঘটনাই সমগ্ৰ দেশতে চাঞ্চল্যৰ সৃষ্টি কৰিছে।
AGP: অগপ মানে মাত্র তিনিজন মানুহঃ ভূপেন বৰা
অসম
দৈনন্দিন বাৰ্তা
-
November 6, 2024
হাতী আজি ক'তো নাই৷ হাতীৰ প্ৰতি মানুহৰ এতিয়া মৰম নাই৷ এতিয়া অগপ(AGP) মানে মাত্র তিনিজন মানুহ৷ ইয়াৰে এজন অতুল বৰা, এজন কেশৱ মহন্ত আৰু এজন হ'ল ফণীভুষণ চৌধুৰী(Nabou)৷
Bangladeshi Issue: কংগ্ৰেছে ছোনিয়া গান্ধীক কিয় ইটালিয়ান বুলি নকয়ঃ মুখ্যমন্ত্ৰী
অসম
দৈনন্দিন বাৰ্তা
-
November 5, 2024
কোন বাংলাদেশী, কোন বিদেশী সেয়া কংগ্ৰেছে কেনেকৈ ক'ব। বাংলাদেশী(Bangladeshi Issue) চিনাক্ত কৰা বিজেপিৰ কাম।কংগ্ৰেছে পুনৰ বাংলাদেশী বিষয় উত্থাপন কৰি ৰাজ্যত পৰিস্হিতি উত্তপ্ত কৰিব বিচাৰিছে। ধলাইৰ বিজেপি প্ৰাৰ্থী নীহাৰ ৰঞ্জন দাস বাংলাদেশী হিচাপে কংগ্ৰেছৰ অভিযোগ সন্দৰ্ভত এই মন্তব্য কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই(CM HBS)।
1
...
32
33
34
...
46
Page 33 of 46
Popular
Guwahati News: গুৱাহাটীৰ মহানগৰীক লৈ Smart City Limitedৰ নতুন পদক্ষেপ
দৈনন্দিন বাৰ্তা
-
December 17, 2025