Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
india
বিশ্ব উন্নয়নত ব্ৰিকছৰ সৈতে একত্ৰিতভাৱে আগবাঢ়িব ভাৰত: মোদী Brics Summit 2025
Sub Lt Astha Poonia: ভাৰতীয় নৌ সেনাৰ যুঁজাৰু পাইলট হ’ল আস্থা পুণিয়া
Rimpi Buragohain: ৱৰ্ল্ড পুলিচ মীটত ৰিম্পী বুঢ়াগোহাঁইৰ দ্বিতীয়টো সোণৰ পদক
Kaziranga National Park: কাজিৰঙাৰ ১২০ বছৰীয়া ইতিহাস, ৰাষ্ট্ৰীয় উদ্যানৰ ঘোষণাৰ ৫০ বছৰত কি পদক্ষেপ লৈছে উদ্যান কৰ্তৃপক্ষ, চৰকাৰে?
অসম
দৈনন্দিন বাৰ্তা
-
October 31, 2024
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ(Kaziranga National Park) সংৰক্ষণ ইতিহাসে গৰকিলে ১২০ বছৰ(120 Years of History)। ৰাষ্ট্ৰীয় উদ্যান ঘোষণায়ো অতিক্ৰম কৰিলে ৫০ বছৰ। ইতিমধ্যে চলিত বৰ্ষৰ পৰ্যটন আৰম্ভ হৈজে। ১ অক্টোবৰত আৰম্ভ হৈছে জীপ চাফাৰী। ১ নৱেম্বৰৰ পৰা আৰম্ভ হ'ব হাতী চাফাৰী।
Chutia Students’ Union: চুতীয়া জনগোষ্ঠীক জনজাতিকৰণ আৰু স্বায়ত্ব শাসন প্ৰদানৰ দাবীত ধেমাজিত চুতীয়া ছাত্ৰৰ বিশাল গণ সমাৱেশ
অসম
দৈনন্দিন বাৰ্তা
-
October 30, 2024
"বছৰ বছৰ ধৰি অসমৰ ভূমিপুত্ৰ চুতীয়াসকলক(Chutia Students' Union) কৰা চূড়ান্ত অৱহেলা বিৰুদ্ধে আজি ধেমাজি জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা আহি ধেমাজি সদৰত সমবেত হৈ এই গণসমাৱেশৰ জৰিয়তে এইখন চৰকাৰৰ সাম্ৰদায়িক, দাম্ভিক মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক আমি সকিয়নি প্ৰদান কৰিছোঁ যে শীঘ্ৰেই চুতীয়াসকলক(Indigenous Chutia of Assam) জনজাতি আৰু স্বায়ত্ব শাসন প্ৰদান কৰক অন্যথা আগন্তুক বিজেপি চৰকাৰক পুলিয়ে-পোষাই উৎসাহ কৰিবলৈ চুতীয়া ৰাইজ(Tribalization of the Chutia People) সংকল্পবদ্ধ হ'ব।
Nature Lovers of The City: গুৱাহাটীত উৰণীয়া সেতু নিৰ্মাণৰ নামত গছ আৰু নাকাটিব
অসম
দৈনন্দিন বাৰ্তা
-
October 30, 2024
চৰকাৰে এপিনে অমৃত বক্ষ অভিযান অনুষ্ঠিত কৰিছে, আনপিনে উন্নয়নৰ দোহাই দি ঐতিহ্যমণ্ডিত দীঘলী পুখুৰীৰ কাষৰ শ শ জোপা গছ কাটি পাবলৈ লৈছে। এই কথাতে বিতুষ্ট হৈ পৰিছে মহানগৰীৰ প্ৰকৃতিপ্ৰেমী লোকসকল(Nature Lovers of The City)। নুনমাটি অঞ্চলৰ সৈতে সংযোগী উৰণীয়া সেতু নিৰ্মাণৰ ঠাই মুকলি কৰাৰ লক্ষ্যৰে দীঘলীপুখুৰীত(Dighalipukhuri) বৃহৎ পৰিসৰত গছ কটাৰ তীব্ৰ বিৰোধিতা(Protection of Nature) কৰিছে গুৱাহাটীবাসীয়ে।
Jaya Kishori Responds to Criticism: মই এগৰাকী স্বাভাৱিক ছোৱালী, সাধু বা সাধ্বী নহয়
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
দৈনন্দিন বাৰ্তা
-
October 30, 2024
আধ্যাত্মিক প্ৰচাৰক, গায়িকা আৰু প্ৰেৰণাদায়ক বক্তা জয়া কিশোৰীয়ে ২ লাখ টকীয়া ডিঅ’ৰ হেণ্ডবেগ লৈ ফুৰাৰ বিষয়টোকলৈ বিতৰ্কৰ সৃষ্টি হৈছে(Renowned spiritual orator)। বহুতে এইবুলি প্ৰশ্ন কৰিছ- ঈশ্বৰৰ দূতে আকৈ ইমান দামী বেগ কিয় লব লাগে(luxury Dior bag)?
Pandu Multi Modal Terminal: পাণ্ডু বন্দৰত নিৰ্মীয়মান উত্তৰ-পূবৰ প্ৰথমটো জাহাজ মেৰামতি কেন্দ্ৰত কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে
অসম
দৈনন্দিন বাৰ্তা
-
October 28, 2024
কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে সোমবাৰে পাণ্ডু বন্দৰত(Pandu Multi Modal Terminal) উপস্থিত হৈ উত্তৰ-পূব ভাৰতৰ প্ৰথমটো জাহাজ মেৰামতি কেন্দ্ৰৰ নিৰ্মাণকাৰ্যৰ অগ্ৰগতিৰ খতিয়ান লয়।
1
...
35
36
37
...
46
Page 36 of 46
Popular
২০ ডিচেম্বৰত অসমলৈ আহিব প্ৰধানমন্ত্ৰী মোদী, নতুন বছৰৰ পূৰ্বে ৰাইজক দিব বিশেষ উপহাৰ । Narendra Modi
দৈনন্দিন বাৰ্তা
-
December 16, 2025