india

Hoolock Gibbon: অসমৰ পৰ্যটনৰ ক্ষেত্ৰ নৱ সংযোজন কাছিজানৰ হলৌ বান্দৰ

অসমৰ তিনিচুকীয়া জিলাখনক এক বাণিজ্যিক কেন্দ্ৰ হিচাপে গণ্য কৰা হয়।সমান্তৰালকৈ তিনিচুকীয়া জিলাখন প্ৰাকৃতিক, সাংস্কৃতিক, ধৰ্মীয় তথা আধ্যাত্মিক আদি বিভিন্ন দিশৰ ক্ষেত্ৰতো এক গুৰুত্বপূৰ্ণ ঠাই হিচাপে পৰিচিত। উজনি অসমৰ ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত বিস্তৃত হৈ থকা দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান আৰু তিনিচুকীয়াৰ বাৰেকুৰিত দুষ্প্ৰাপ্য তথা বিৰল প্ৰজাতিৰ হলৌ বান্দৰ(Hoolock Gibbon) পোৱা যায় বুলি অসম, ভাৰতৰ লগতে আন্ত:ৰাষ্ট্ৰীয় প্ৰেক্ষাপটতো জনাজাত(Dihing Patkai National Park)।

Free LPG Cylinders For Diwali:দীপাৱলীত চৰকাৰে দিব বিনামূলীয়া এলপিজি চিলিণ্ডাৰ, কোনে কৰিব পাৰিব আবেদন

দীপাৱলীৰ ঠিক আগে আগে আৰম্ভ হৈছে বিভিন্ন চৰকাৰৰ বিনামূলীয়া চিলিণ্ডাৰ আঁচনি। কেইবাখনো ৰাজ্যই উৎসৱৰ বতৰৰ বাবে বিনামূলীয়া গেছ চিলিণ্ডাৰ বিতৰণৰ বাবে সাজুও হৈছে। শেহতীয়াকৈ উত্তৰ প্ৰদেশ চৰকাৰে বিনামূলীয়া গেছ চিলিণ্ডাৰৰ(Free LPG Cylinders For Diwali) আঁচনি ঘোষণা কৰিছে। ইয়াৰ পিছতে অন্ধ্ৰ প্ৰদেশেও দীপাৱলীৰ বাবে বিনামূলীয়া গেছ চিলিণ্ডাৰ প্ৰদানৰ পৰিকল্পনা ঘোষণা(Govt Announces) কৰে।

BJP National President: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হ’ব পাৰে ৰাষ্ট্ৰীয় উপ-সভাপতি

সলনি হ’ব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি।দিল্লীৰ এক বিশ্বাসযোগ্য সূত্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি চলিত বৰ্ষৰ ডিচেম্বৰ মাহত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিৰ(BJP National President) নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে। সভাপতিৰ পদৰ বাবে উচ্চাৰিত হৈছে কেইবাগৰাকীও শীৰ্ষ নেতাৰ নাম। সূত্ৰটোৱে প্ৰকাশ কৰা মতে সভাপতিৰ উপৰি ডিচেম্বৰ মাহতে বিজেপিৰ উপ-সভাপতি পদতো যোগ্য ব্যক্তিক নিযুক্তি দিবলৈ তৎপৰ হৈ পৰিছে গেৰুৱা শিবিৰৰ ঊধৰ্বতন মহল

Indian Lighthouse Festival: অসমৰ কলা-সংস্কৃতিৰ উপস্থাপনেৰে ওড়িশাৰ পুৰীত উজলি উঠিল দ্বিতীয় ইণ্ডিয়ান লাইট হাউচ ফেষ্টিভেল

ওড়িশা, ২০ অক্টোবৰ : দেশৰ পৰ্যটন তথা সামুদ্ৰিক খণ্ডক এক নতুন গতি প্ৰদানেৰে কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ওড়িশাৰ পুৰীত দ্বিতীয় ইণ্ডিয়ান লাইট হাউচ ফেষ্টিভেলৰ(Indian Lighthouse Festival) শুভ উদ্বোধন কৰে। দুদিনীয়াকৈ আয়োজিত এই লাইট হাউচ ফেষ্টিভেলৰ দ্বিতীয় সংস্কৰণত দেশৰ বিভিন্ন প্ৰান্তৰ পৰ্যটকৰ আগমন ঘটে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে(Sarbananda Sonowal) লাইট হাউচ ফেষ্টিভেলতে পাৰা দ্বীপ বন্দৰ প্ৰাধিকৰণৰ বিভিন্ন প্ৰকল্প আৰু কচ্ছ উপসাগৰ, গুজৰাটত কালৱানৰী ফলাইট হাউচ ৰাষ্ট্ৰৰ প্ৰতি উৎসৰ্গা কৰে।

Cabinet approves Pm’s Tribal Advanced Gram Abhiyanপ্ৰধান মন্ত্ৰী জনজাতীয় উন্নত গ্ৰাম অভিযানত কেবিনেটৰ অনুমোদন

Cabinet approves Pm's Tribal Advanced Gram Abhiyanপ্ৰধান মন্ত্ৰী জনজাতীয় উন্নত গ্ৰাম অভিযানত কেবিনেটৰ অনুমোদন

Popular