Breaking

গ্ৰেমী এৱাৰ্ড ২০২৪ৰ মঞ্চত উজলিল ভাৰতীয় বেণ্ড…

0 28

গ্ৰেমী এৱাৰ্ডৰ মঞ্চত উজলিল ভাৰতীয় বেণ্ড৷


ভাৰতীয় বেণ্ডলৈ শ্ৰেষ্ঠ গ্ল’বেল মিউজিক এলবাম বঁটা৷


ভাৰতীয় বেণ্ড ‘শক্তি’ৰ এলবাম ‘দিছ মোমেণ্ট’লৈ এই বঁটা৷


এই বেণ্ডৰ সদস্য শংকৰ মহাদেৱন, ওস্তাদ জাকিৰ হুছেইন।

Leave A Reply