মুম্বাই উপকূলৰ ওচৰত ভাৰতীয় নৌসেনাৰ হেলিকপ্টাৰ দুৰ্ঘটনা, চালক, দল সকলো সুৰক্ষিত, কোনো আঘাতপ্ৰাপ্ত হোৱা নাই! আজি পুৱা মুম্বাই উপকূলৰ সমীপত ভাৰতীয় নৌসেনাৰ এখন এডভান্সড লাইট হেলিকপ্টাৰ (এ এল এইচ) দুৰ্ঘটনাগ্ৰস্ত হয়।
নৌসেনাই জনোৱা মতে, নৌসেনাৰ এখন টহলদাৰী জাহাজে নিৰাপদে উদ্ধাৰ কৰে হেলিকপ্টা খনৰ তিনিজন ব্যক্তিক।

