Breaking

আমেৰিকাত আক্ৰমণ ভাৰতীয় ছাত্ৰক…

0 152

আমেৰিকাত প্ৰৱাসী ভাৰতীয় ছাত্ৰক ছুৰিকাঘাত।
পি বৰুণৰাজ নামৰ ছাত্ৰজনক ছুৰিকাঘাত দুৰ্বৃত্তৰ
দুৰ্বৃত্তৰ আক্ৰমণৰ বলি হোৱা যুৱকজনৰ ঘৰ তেলেংগানাত।


এটা ফিটনেছ চেণ্টাৰত সংঘটিত হ’ল এই ঘটনা।
সংকটজনক অৱস্থাত ছাত্ৰজনক চিকিত্সালয়ত ভৰ্তি।
জৰ্দান এনৰেড নামৰ এজন ২৪ বছৰীয়া যুৱকে কৰিছিল আক্ৰমণ।
পৰৱৰ্তী সময়ত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে আক্ৰমণকাৰী জৰ্দানক।

Leave A Reply