October 23, 2022 পাকিস্তানৰ বিৰুদ্ধে ৪ উইকেটত ভাৰতৰ জয়… Share FacebookTwitterWhatsAppTelegramKooEmail পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ জয়, ৪ উইকেটত জয় ভাৰতৰ ৷ ২০ বিশ্বকাপ ২০২২ৰ প্ৰথমখন খেলত ভাৰতে পাকিস্তানক ৪ উইকেটত পৰাস্ত কৰিছিল। ভাৰতৰ জয়ত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছিল বিৰাট কোহলীয়ে। তেওঁ ৮২ ৰানত অপৰাজিত ইনিংছ খেলিছিল। Author: দৈনন্দিন বাৰ্তা Related Articles “অসমীয়াৰ জীয়ৰী-বোৱাৰীক লৈ ভাবুকি সহ্য কৰা নহ’ব”: টাই আহোম ছাত্ৰ সন্থাৰ উপ-সভাপতি মনোজ গগৈ দৈনন্দিন বাৰ্তা - February 7, 2026 ৰাজহুৱা মঞ্চত ভূপেন বৰাৰ অশালীন ইংগিত, ভূপেন বৰাৰ অভব্য আচৰণক লৈ তীব্ৰ প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰীৰ দৈনন্দিন বাৰ্তা - February 7, 2026 T20 World Cup 2026: আজিৰে পৰা T20 বিশ্বকাপ ক্ৰিকেটৰ মহাৰণ দৈনন্দিন বাৰ্তা - February 7, 2026