৯খন চহৰত আয়োজন কৰা হ’ব বিশ্বকাপ ২০২৩। পাকিস্তানৰ বিৰুদ্ধে খেলিব ভাৰতে…

ড্ৰাফ্ট সূচী অনুসৰি ভাৰতৰ WC ২০২৩ মেচ আয়োজন কৰিব ৯খন চহৰত। ২০২৩ চনৰ এদিনীয়া বিশ্বকাপৰ ড্ৰাফট সূচী অনুসৰি ভাৰতে ৯খন চহৰত নিজৰ লীগ মেচ খেলাৰ কথা ঘোষণা কৰিছে। ড্ৰাফট সূচী অনুসৰি চেন্নাই, দিল্লী, আহমেদাবাদ, পুনে, ধৰ্মশালা, লক্ষ্ণৌ, মুম্বাই, কলকাতা আৰু বেংগালুৰুত ভাৰতৰ লীগ মেচ অনুষ্ঠিত হ’ব।

অহা ১৫ অক্টোবৰত আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত পাকিস্তানৰ বিৰুদ্ধে ভাৰতে খেলিব।

Related Articles