মূলসুঁতিলৈ আহিব আদিবাসী উগ্ৰপন্থী সংগঠন আপলা…

মূলসুঁতিলৈ আহিব আদিবাসী উগ্ৰপন্থী সংগঠন আপলা।

সেনাধ্যক্ষ চাহিল মুণ্ডাৰ নেতৃত্বত ৩৫ কেডাৰৰ আত্মসমৰ্পণৰ যো-জা। ম্যানমাৰৰ পৰা নাগালেণ্ড হৈ মেৰাপানীত বাহৰ পাতিছে দলটোৱে।

যোৰহাটত আত্মসমৰ্পণ কৰিব আপলাৰ ৩৫ জনীয়া দলটোৱে। দলটোৱে আৰক্ষীক জমা দিব বুজন পৰিমাণৰ মাৰণাস্ত্ৰও।

Related Articles