Breaking

আলোপতিৰ নিচানৰচৰত আঘাতপ্ৰাপ্ত অজগৰ উদ্ধাৰ

0 113

নগৰবেৰা : আলোপতিৰ নিচানৰচৰত আঘাতপ্ৰাপ্ত অজগৰ উদ্ধাৰ । অজগৰডাল আনুমানিক পাঁচ ফুট দীঘল অজগৰ চাবলৈ হেতাওপৰা স্থানীয় ৰাইজৰ । নগৰবেৰাৰ পাৰ্শ্বৱৰ্তী বাঘবৰ সমষ্টিৰ আলোপতি চৰ থানাৰ অন্তৰ্গত নিচানৰ চৰত উদ্ধাৰ হয় ।

অজগৰ সাপ মাছ মাৰি থাকোতে স্থানীয় যুৱক এজনে অজগৰডাল প্ৰত্যক্ষ কৰে অজগৰ সাপ ডাল মানুহৰ ঘৰৰ ফালে যোৱা দেখি যুৱকজনে স্থানীয় ৰাইজক খবৰ দিয়ে ।

পিছে স্থানীয় ৰাইজৰ সহযোগত গাওঁৰক্ষী বাহিনীয়ে অজগৰডাল উদ্ধাৰ কৰিবলৈ সক্ষম হয় । পাছলৈ আলোপতি চৰ আৰক্ষীক গতাই দিয়ে আঘাতপ্ৰাপ্ত অজগৰডালক উক্ত খৱৰটো ৰাষ্ট্ৰ হোৱাত ঘটনাস্থলীত সমাগম ঘটে শ শ লোকৰ।

প্ৰেৰক : নগৰবেৰাৰ পৰা আবুল হুছেইন

Leave A Reply